3D Workspace
Home
Assets
Affiliate Program
Sign up/Log in
?
Upgrade
DCC Bridge
Anonymous1760031452
10-09 17:39
Model Name
মানব আকৃতি ৩ডি মডেল
Tags
character
character realistic
character rendering
character rendering realistic
eid mubarak
insan
rahi thi
realistic
rendering
rendering realistic
Input
Prompt
__।।তুমি এৰি যোৱা বাটত।।__ কিনো আছিল কিনো হ'ল আশাবোৰো মৰহি এ গ'ল। ক'ত ৰাতি ক'ত দিন, কিমান আৰু পাৰ কৰিম.. আজিও আছোঁ জানা আঁতৰি যোৱা দিন ধৰি, ৰৈ আছোঁ মই ,, তুমি এৰি যোৱা বাটত। মোক আকৌ তুলি লোৱা মোক আকৌ ধৰি লোৱা গোমোথা হৃদয়ত আহি দিয়াহি মোক প্ৰাণ ঢালি.. আকৌ মোক প্ৰাণ ঢালি… ৰৈ আছোঁ মই ,, তুমি এৰি যোৱা বাটত…। ৰাতি ৰাতি সপোন ভাঙি, উজাগৰে যায় মোৰ ওৰে ৰাতি, বাহিৰলৈ চাও জুমি.. দেখা পাওঁ তোমাৰ ছবি …। আশাবোৰ মৰহিব দিলা, তুমি মোক নুবুজিলা? ৰৈ আছোঁ মই ,, তুমি এৰি যোৱা বাটত…। কিনো আছিল কিনো হ'ল, তুমি দিয়া প্ৰতিশ্ৰুতি অথলে গ’ল। ক'ত ৰাতি ক'ত দিন, কিমান আৰু পাৰ কৰিম, আজিও আছোঁ জানা আঁতৰি যোৱা দিন ধৰি, এই এৰা বাটত…! ৰৈ আছোঁ মই ,, তুমি এৰি যোৱা বাটত…। মিছা মোক মতিছিলা মিছা মৰম যাচিছিলা। কোন দিশে গলাগৈ তুমি? বাটে চাই থাকোঁ সদাই তোমাৰে বাতৰি পাবলৈ মই.….. ৰৈ আছো ক্ষণ গনি..? ৰৈ আছোঁ মই ,, তুমি এৰি যোৱা বাটত…।
Detailed Info
Related Models
Enter invite code
Enter invite code to get credits!